as_obs-tn/content/45/01.md

1.4 KiB

আগৰ মণ্ডলী

অৰ্থাত, "মণ্ডলী যেতিয়া প্ৰথম আৰম্ভ হৈছিল।"

ভাল মৰ্যদা আছিল

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "মানুহৰ ভাল মনেৰে হৈছিল" কিছুমান ভাষাত ইয়াৰ অনুবাদ এইদৰে হব পাৰে "এক ভাল নাম আছিল।"

পবিত্র আত্মা আৰু জ্ঞানেৰে পৰিপূৰ্ণ আছিল।

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "পবিত্র আত্মাৰ দ্বাৰা শক্তি আৰু ক্ষমতা আছিল আৰু অনেক জ্ঞান আছিল" বা "পবিত্র আত্মাৰে পৰিপূৰ্ণ আছিল আৰু বহুত বুদ্ধিমান আছিল।

কাৰণযুক্ত প্ৰবৰ্তক যি

অৰ্থাত, "দৃঢ় কাৰণ দেখুওৱা।"

শব্দৰ অনুবাদ