as_obs-tn/content/44/09.md

2.1 KiB

বিস্মিত হৈছিল

অৰ্থাত, "বহুত আশ্চৰ্য হৈছিল" বা "আচতিৰ হৈছিল।"

সাধাৰণ

অৰ্থাত, "সামান্য" বা "নিম্নবৰ্গ" পিতৰ আৰু যোহন সাধাৰণ মাছ মৰিয়া আছিল।

যিসকল অশিক্ষিত আছিল

অৰ্থাত, "যিসকলৰ আনুষ্ঠানিক শিক্ষা নাছিল।" ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "যিসকলে ধাৰ্মিক বিদ্যালয়ত যোৱা নাছিল।"

তেতিয়া তেওঁলোকৰ মনত আহিল

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "কিন্তু তাৰ পাছত তেওঁলোক প্ৰকৃত ঘটনাৰ বিষয়ে ভাবিলে।"

যীচুৰ লগত আছিল

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "যীচুৰ লগত সময় পাৰ কৰিছিল।" বা "যীচুৱে শিকাইছিল।"

তেওঁলোক ধমকি দিয়াৰ পাছত।

নেতাসকলে কৈছিল, যদি পিতৰ আৰু যোহনে যীচুৰ বিষয়ে শিক্ষা দি থাকে তেনেহলে তেওঁলোকক দণ্ড দিব লাগে।

তেওঁলোকক যাবলৈ দিয়ক

অৰ্থাত, "তেওঁলোকক এৰি দিবলৈ অনুমতি দিলে।"

বাইবেলৰ এটা কাহিনীৰ পৰা

এই প্ৰসংগটো কিছুমান বাইবেল অনুবাদত অলপ বেলেগ হব পাৰে।

শব্দৰ অনুবাদ