as_obs-tn/content/44/08.md

1.8 KiB

সুস্থ হৈছিল

অৰ্থাত, "ভাল" বা "সম্পুৰ্ণ" বা "শক্তিশালী"

তেওঁক অস্বীকাৰ কৰিলে

অৰ্থাত, "তেওঁক গ্ৰহন কৰিবলৈ অস্বীকাৰ কৰিলে।" বা "যীচুক বিশ্বাস কৰিবলৈ অস্বীকাৰ কৰিলে।" বা "যীচু যে উদ্ধৰকৰ্তা হয় এইটো বিশ্বাস কৰিবলৈ অস্বীকাৰ কৰিলে।"

কিন্তু যীচুৰ শক্তিৰ অবিহনে আন কোনো উপায়ে ৰক্ষা পাব নোৱাৰে।

ইয়াৰা অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "কিন্তু যীচুৰ শক্তিৰ মাধ্যমেৰেহে কেৱল ৰক্ষা পাব পাৰি" বা "কিন্তু কেৱল যীচুৱেহে আমাক ৰক্ষা কৰিব পাৰে, তেওঁৰ শক্তি দ্বাৰাই।

যাতে ৰক্ষা পায়

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "আমাৰ পাপৰ পৰা ৰক্ষা পাবলৈ" বা "যাতে আমি আমৰ পাপৰ পৰা ৰক্ষা পাব পাৰো।"

শব্দৰ অনুবাদ