as_obs-tn/content/44/05.md

2.0 KiB

পিতৰে সমদলৰ মাজত অবিৰতভাবে উপদেশ দি আছে।

জীৱনৰ লেখক

অৰ্থাত, "জীৱন সৃষ্টি কৰা জন" বা "আমাক জীৱন দিয়া জন" বা "যি জনৰ কাৰণে মানুহ জীয়াই থাকে" বা যীচুক বুজাইছে।

আপোনাৰ কাৰ্য

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "আপুনি কৰা কাৰ্য।" ইয়াত যীচুক মাৰিবলৈ পিলাতক কোৱা কথাক বুজাইছে।

ঈশ্বৰলৈ ঘূৰা

অৰ্থাত, "ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ মনস্থ কৰা।"

তোমাৰ পাপ ধুই দিয়া হব

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "ঈশ্বৰে তোমাৰ পাপবোৰ ধুই দিব" বা "ঈশ্বৰে তোমাৰ পাপবোৰ দূৰ কৰিব আৰু তোমাক পবিত্ৰ কৰিব" বা "ইয়াত ঈশ্বৰে লোকসকলৰ পাপ সম্পুৰ্ণ ৰূপে ধুৱে আৰু তেওঁলোকক আত্মাৰ দ্বাৰাই পবিত্ৰ কৰে। ইয়াৰ অৰ্থ শাৰীৰিকভাবে ধুৱাই তেনে নহয়।

শব্দৰ অনুবাদ