as_obs-tn/content/44/01.md

973 B

এদিন

এই শব্দত অতীতত হোৱা ঘটনা কিছুমানক কৈছে, ইয়াত নিৰ্দিষ্ট সময়ৰ উল্লেখ কৰা নাই। বহু ভাষাত সত্য কাহিনী আৰম্ভ কৰিবলৈ এনে এক উপায় আছে।

এজন বিকলাংগ মানুহ

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "এজন লেঙেৰা মানুহ।" এনেকুৱা ব্যক্তি এজক বুজাইছে যাৰ ভৰি বেয়া আছিল আৰু তেওঁ খোজ কাঢ়িব বা থিয় হব পৰা নাছিল।

শব্দৰ অনুবাদ