as_obs-tn/content/43/11.md

1.6 KiB

নামত

এই শব্দৰ অৰ্থ, "অধিকাৰৰ দ্বাৰা" আৰু "অধিকাৰৰ ভিতৰত।" যদি আপোনাৰ ভাষাত এইদৰে বুজি পায় তেনেহলে "নাম" শব্দক অনুবাদ কৰিবলৈ বিচাৰ কৰক।

খ্ৰীষ্ট

"মচীহ"ৰ দৰে একে অৰ্থ। ইয়াৰ অনুবাদ "অভিষিক্ত জনা" বা "মনোনীত জন" হিচাপেও কৰিব পাৰি। অৰ্থৰ অনুবাদ কৰাৰ পৰিবৰ্তে কিছুমান অনুবাদত "খ্ৰীষ্ট" শব্দৰ ৰাখিবলৈ বাচি লব পাৰে আৰু নিজৰ ভাষাত ধ্বনিক লক্ষ্য কৰি ইয়াৰ বানান ব্যৱহাৰ কৰিব পাৰে।

যীচু খ্ৰীষ্ট

কিয়নো "মচীহ" হৈছে এটা উপাধী, কিছুমান অনুবাদক সলনি কৰিব পাৰে আৰু কব পাৰে "যীচু খ্ৰীষ্ট।" বাইবেলত দুয়োটাই ব্যৱহাৰ কৰা হৈছিল।

শব্দৰ অনুবাদ