as_obs-tn/content/43/10.md

729 B

গভীৰভাবে স্থানান্তৰিত

অৰ্থাত, "বহুত সমস্যাৰে" বা "যেতিয়া শুনিলে তেতিয়া বহুত দুঃখ পালে" "স্থানান্তৰ" হবলৈ আবেগপূৰ্ণ অনুভৱ হোৱা।

ভাইসকল

ই যিহুদী এজনে আন যিহুদীসকলক সম্বোধন কৰাৰ এক সাধাৰণ দিশ। ইয়াৰ অনুবাদ "বন্ধুসকল"ৰ ৰুপত কৰিব পাৰি।

শব্দৰ অনুবাদ