as_obs-tn/content/43/08.md

1.1 KiB

পিতৰে সমদলৰ মাজত অবিৰতভাবে উপদেশ দি আছিল

যীচু এতিয়া উৰ্দ্ধ হল।

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "যীচুক এতিয়া উঠোৱা হ'ল" বা "যীচু এতিয়া উঠিল" বা "ঈশ্বৰে যীচুক এতিয়া উৰ্দ্ধ কৰিলে"।

সোঁ হাত

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "সকলোতকৈ গুৰুত্বপূৰ্ণ স্থান" বা "পৰবৰ্তি সৰ্বোচ্চ সন্মানৰ স্থান।"

কাৰণ

অৰ্থাত, "বিশ্বাসীসকল কৰিবলৈ সক্ষম কৰা।" বা, "এই লোকসকলক কৰিবলৈ শক্তি দিয়।"

শব্দৰ অনুবাদ