as_obs-tn/content/43/07.md

2.0 KiB

পিতৰে সমদলৰ মাজত অবিৰতভাবে উপদেশ দি আছিল

ই ভবিষ্যতবাণী সম্পুৰ্ণ কৰিলে, যি কোৱা হৈছিল

ইয়াৰ অনুবাদ কৰিবলৈ আন এক উপায় আছে, "বহু বছৰ আগতে ভাববাদীৰ কোনো এজনে কৰা ভাববাণী সিদ্ধ হৈছিল।"

আপুনি আপোনাৰ হবলৈ নিদিব

"আপুনি" আৰু "আপোনাৰ" শব্দবোৰে পিতৃ ঈশ্বৰক বুজাইছে। স্পষ্ট কৰিবলৈ, ইয়াৰ অনুবাদ এই ৰুপতো কৰিব পাৰে, "আপুনি, ঈশ্বৰ, তোমাৰ হব নিদিব।" কিছুমান ভাষাত কাৰোবাৰ সম্বন্ধিত কৰিবলৈ হয়তু এক বিশেষ পদ্ধতি থাকিব পাৰে যেনে, "তুমি, সেই ঈশ্বৰ।"

কবৰত পচা

অৰ্থাত, "কবৰত ক্ষয়" বা "কবৰত পচা।" ই সেই বাস্তিৱিক কথাক বুজাইছে যি যীচু বেছি সময় কবৰত নাছিল আৰু ইয়াক আন ধৰণে কলে তেওঁ মৃত হৈ থকা নাছিল, বৰঞ্চ পুনৰ জীৱিত হৈছিল।

যীচু পুনৰ জীৱিত হল

অৰ্থাত, "যীচুক পুনৰ জীৱিত কৰা হল"

শব্দৰ অনুবাদ