as_obs-tn/content/43/05.md

1.3 KiB

শিষ্যসকলৰ ওপৰত মদপী হোৱা অৰূপ লগাইছিল

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "শিষ্যসকল মতলিয়া হৈছে বুলি কৈছিল।"

যোৱেল

যোৱেল ইস্ৰায়েলৰ এজন ভাববাদী আছিল যি এই ঘটনা ঘটাৰ শতক বছৰ আগতে আছিল।

শেষৰ দিনবোৰ

ই "পৃথিৱীৰ অন্ত হোৱাৰ আগত শেষৰ দিনবোৰ।"ক বুজাইছে।

মোৰ আত্মা বাকি দিম।

ইয়াক এই অৰ্থত বুজাব পাৰি, "মোৰ আত্মা লোকসকলক উদাৰতাৰে দিম" বা "মোৰ শক্তিৰ কাৰণে লোকসকল সম্পূৰ্ণকৈ ক্ষমতাবান হৈছে।"

মোৰ আত্মা

অৰ্থাত, "মোৰ পবিত্র আত্মা।"

শব্দৰ অনুবাদ