as_obs-tn/content/43/03.md

1.6 KiB

শক্তিশালী বতাহৰ দৰে শব্দ

অৰ্থাত, "এটা শব্দ যি শক্তিশালী বতাহ সৃষ্টি কৰে।" বা "বতাহ প্ৰবলভাবে বলাৰ সময়ত সৃষ্টি হৱা ধ্বনি।"

পবিত্র আত্মাৰে পৰিপূৰ্ণ

অৰ্থাত, "পবিত্র আত্মাৰ দ্বাৰা দিয়া ক্ষমতা" বা "পবিত্র আত্মাৰ দ্বাৰা দিয়া শক্তি।"

আন ভাষাত

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "তেওঁলোকৰ নিজৰ ভাষাৰ ওপৰিও আন ভাষাত" বা "বিদেশী ভাষাত" বা "আন ঠাইৰ লোকে কোৱা ভাষাৰ দৰে।" বিশ্বাসীসকলক এই ভাষাবোৰ তেতিয়ালৈকে জনা নাছিল যেতিয়ালৈকে পবিত্র আত্মাই তেওঁলোকক কবলৈ শক্তি দিয়া নাছিল। সুনিশ্চিত কৰক যে "ভাষাবোৰ"ৰ অনুবাদ কৰিবলৈ ব্যৱহাৰ কৰা শব্দবোৰ সেই ভাষাবোৰক বুজাওক যি ভাষা লোকসকলে বাস্তৱতে কয় আৰু বুজে।

শব্দৰ অনুবাদ