as_obs-tn/content/43/02.md

1.6 KiB

পেন্টিকষ্ট

পেন্টিকষ্টৰ অৰ্থ হল পঞ্চাছ(দিন)।" আপুনি "পেন্টিকষ্ট" শব্দৰ ব্যৱহাৰ কৰিব পাৰে আৰু পাঠৰ অৰ্থ বুজাই দিব পাৰে, বা আপুনি এটা শব্দৰ ব্যৱহাৰ কৰিব পাৰে যাৰ অৰ্থ "৫০তম দিন"।

শস্য চপোৱাৰ উৎযাপন কৰিছিল

যিহুদীসকলে নৈবেদ্য উত্স্বৰ্গ কৰি ঈশ্বৰক ধন্যবাদ দিছিল আৰু বিশেষ ভোজন তৈয়াৰ কৰি উত্যাপন কৰিছিল। ঘেহু হৈছে খাদ্যশস্য; যদি আপোনাৰ ওচৰত "ঘেঁহু"ৰ কাৰণে কোনো বেলেগ শব্দ নাই তেনেহলে খাদ্যৰ বাবে অধিক উত্পাদন হোৱা শব্দৰ ব্যৱহাৰ কৰিব পাৰে। ই মে' মাহত হয়; কিন্তু আন শস্যবোৰ বছৰৰ আন সময়ত চপোৱা হৈছিল।

এই বছৰত

অৰ্থাত, "যীচুৰ মৃত্যুৰ বছৰত।"

শব্দৰ অনুবাদ