as_obs-tn/content/42/11.md

1.3 KiB

আপোনাৰ ওপৰতত আহে

অৰ্থাত, "আপোনাৰ তলত আহে" বা "আপোনাৰ ওচৰলৈ আহে"

তেওঁলোকৰ দৃষ্টিৰ পৰা তেওঁক মেঘে ঢাকিলে

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "তেওঁ মেঘত অদৃশ্য হৈ গ"ল।"

ঈশ্বৰৰ সোঁ হাতে

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "ঈশ্বৰৰ সোঁ ফালে।"

সকলো বস্তুৰ ওপৰত

অৰ্থাত, "সকলো বস্তুৰ ওপৰত"

বাইবেলৰ এটা কাহিনীৰ পৰা

এই প্ৰসংগটো কিছুমান বাইবেল অনুবাদত অলপ বেলেগ হব পাৰে।

শব্দৰ অনুবাদ