as_obs-tn/content/42/06.md

788 B

তোমালোকৰ শান্তি হওঁক

ইয়াৰ অনুবাদ এই ৰুপতো কৰিব পাৰি, "তোমালোকৰ শান্তি হওঁক" বা "শান্তিত থাকা"

ভুত

ই মৃত লোকৰ আত্মাক বুজাইছে।

সন্দেহ কৰিছিল

অৰ্থাত, "সন্দেহ কৰিছিল যে মই জীৱিত আৰু তোমালোকৰ লগত আছো।"

প্ৰমাণ কৰিবলৈ

অৰ্থাত, "তেওঁলোকক দেখাবলৈ।"

শব্দৰ অনুবাদ