as_obs-tn/content/42/03.md

746 B

তৃতিয় দিনা

কিছুমান ভাষাত কব পাৰি যে "তেওঁৰ মৃত্যুৰ তিনি দিনৰ পাছত।"

প্ৰায় গধুলি হৈ গৈছিল।

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি," দিন শেষ হৈছিল" বা "সূৰ্য মাৰ গৈ আছিল" বা "আন্ধাৰ হৈ আছিল।"

শব্দৰ অনুবাদ