as_obs-tn/content/41/07.md

766 B

ভয়েৰে পূৰ্ণ আৰু অতি আনন্দিত হৈছিল

অৰ্থাত, "ভয়ৰ অনুভৱ অভিজ্ঞতাৰ সৈতে অতি আনন্দও অনুভৱ কৰিছিল।”

শুভ বাৰ্তা

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "ভাল খবৰ এইয়া যে যীচু পুনৰ জীৱিত হল" এই শুভ বাৰ্তাই বাস্তৱ কথা বুজাইছে যে যীচু মৃত্যুৰ পৰা পুনৰুত্থিত হল।"

শব্দৰ অনুবাদ