as_obs-tn/content/41/06.md

809 B

তেওঁ তোমালোকৰ আগতেই গালিলীয়ালৈ যাব

অৰ্থাত, "তেওঁ তোমালোকক গলীলত লগ পাব" বা "তোমালোকে যেতিয়া তাত যাবা তেতিয়া তেওঁ গলীলতে থাকিব।" "তোমালোক" শব্দটৱে ইয়াত বহুবচন হয়, য'ত পাঁচনিসকল আৰু আন শিষ্যসকল সন্মিলিত আছে।

শব্দৰ অনুবাদ