as_obs-tn/content/41/04.md

1.3 KiB

ডাঙৰ ভুমিকম্প

ইয়াৰ অনুবাদ "প্ৰচণ্ড ভুমিকম্প" বা "মাটিৰ প্ৰবল জোকাৰণী" ৰ ৰুপতো কৰিব পাৰি। কিছুমান ভাষাত ইয়াক পুনৰ অনুবাদ কৰিব পাৰে, "মাটি প্ৰবল ভাৱে লৰি আছিল।"

বিজুলীৰ দৰে উজ্জল চমক হল

অৰ্থাত, "যাৰ স্বৰূপ বিজুলিৰ দৰে জিলিকনি আছিল।"

মৰা মানুহৰ দৰে মাটিত পৰি গ'ল।

তেওঁলোক মৰা নাছিল, কিন্তু তেওঁলোক চলাফুৰা কৰা নাছিল। মৰা মানুহৰ দৰে অচেতন হৈ পৰিছিল। ইয়াক স্পষ্ট কৰিবৰ বাবে, ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "হঠাৎ মাটিত পৰি অচেতন হল।

শব্দৰ অনুবাদ