as_obs-tn/content/41/03.md

1.0 KiB

যিহুদীসকলৰ অনুমতি নাছিল

সপ্তাহৰ শেষৰ দিনা যিহুদীসকল বহু দুৰলৈ খোজ কাঢ়ি যোৱা বা আন কোনো প্ৰকাৰৰ কাম কৰাৰ অনুমাতি নাছিল।

কবৰৰ সুগন্ধ দ্ৰব্য

ই মিঠা সুগন্ধক সন্দৰ্ভিত কৰিছে যি মৃত শৰীৰৰ পৰা ওলোৱা বেয়া গুন্ধক দূৰ কৰিবলৈ লগোৱা হৈছিল। ইয়াৰ অনুবাদ এইদৰে কৰিব পাৰে "মিঠা গুন্ধৰ মচলা" বা "মিঠা গুন্ধৰ তেল" বা "মিঠা গুন্ধৰ পুলি।"

শব্দৰ অনুবাদ