as_obs-tn/content/41/02.md

1.1 KiB

তেওঁলোকক থলে

অৰ্থাত, "ধাৰ্মিক নেতাসকলক আৰু সৈনিক সকলক থোৱা হৈছিল।"

শিলৰ ওপৰত মোহৰ মৰা হল

শিল আৰু কবৰত বুকামাটী বা মমৰ দৰে এক কোমল সামগ্ৰীৰে চৰকাৰী মোহৰ মাৰি চিহ্নিত কৰিলে। যদি কোনোবাই শিল আঁতৰাই, তেনেহলে সেই মোহৰৰ সামগ্ৰী ভাঙি যাব আৰু গম পৱা যাব যে কোনোবাই কবৰত প্ৰবেশ কৰিছিল। ইয়াৰ অনুবাদ এই ৰুপতো কৰিব পাৰি, "শিলটোক যাতে লৰচৰ কৰিব নোৱাৰে তাৰ কাৰণে শিলত মোহৰ মৰা হৈছিল।"

শব্দৰ অনুবাদ