as_obs-tn/content/41/01.md

1.1 KiB

অবিশ্বাসী যিহুদী নেতাসকল

অৰ্থাত, "যীচুক বিশ্বাস নকৰা যিহুদী নেতাসকল।"

সেইবোৰ মিছলীয়া, যীচুৱে কলে।

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "সেই মানুহ জনে যীচুক মিছলীয়া কৈছিল।" যীচু ঈশ্বৰৰ পুত্র হয় এই সত্যৰ বিষয়ে তেওঁলোকে অমান্য কৰিলে।

মৃত্যুৰ পৰা উঠিলে

অৰ্থাত, "পুনৰ জীৱিত হোৱা" বা "আকৌ জীৱিত হোৱা"

শব্দৰ অনুবাদ