as_obs-tn/content/40/09.md

913 B

যোচেফ

এওঁ মৰিয়মৰ স্বামী নাছিল। যোচেফ নামৰ আন এজন ব্যক্তি আছিল।

যীচুৰ শৰীৰৰ পীলাতক খুজিলে।

অৰ্থাত, "যীচুৰ শৰীৰক ক্ৰুচৰ পৰা নমাই লৈ যাবলৈ পীলাতক অনুমতি খুজিলে”

বাইবেলৰ এটা কাহিনীৰ পৰা

এই প্ৰসংগটো কিছুমান বাইবেল অনুবাদত অলপ বেলেগ হব পাৰে।

শব্দৰ অনুবাদ