as_obs-tn/content/40/08.md

962 B

তেওঁৰ মৃত্যুৰ যোগেদি

অৰ্থাত, "তেওঁৰ মৃত্যুৰ মাধ্যমেৰে" বা "মৃত্যু দ্বাৰা"

এখন ৰাস্তা খুলিলে

অৰ্থাত, "সম্ভৱ কৰিলে"

ঈশ্বৰৰ ওচৰলৈ আঁহা

অৰ্থাত, "ঈশ্বৰৰ কাষলৈ আঁহা" বা "ঈশ্বৰৰ কাষ চাপা" বা "ঈশ্বৰক ব্যক্তিগত ৰুপত জনা।" পৰ্দা ফালি প্ৰদৰ্শন কৰিলে যে ঈশ্বৰ আৰু মানুহৰ মাজৰ বাধাবোৰ আঁতৰিল।

শব্দৰ অনুবাদ