as_obs-tn/content/40/07.md

1.7 KiB

এইটো সমাপ্ত হ'ল।

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "সিদ্ধ হল" বা "মই ইয়াক সম্পুৰ্ণ কৰিলো" বা "মই মোৰ কৰ্ম সম্পুৰ্ণ কৰিলো।" ইয়াৰ অৰ্থ হ'ল যে যীচুৰ উদ্ধাৰৰ কাৰ্য পূৰ্ণ হল।

আপোনাৰ হাতলৈ

অৰ্থাত, "আপোনাৰ যত্নত"

মুৰ দোঁৱালে

অৰ্থাত, "তেওঁৰ মুৰ তললৈ কৰিলে"

তেওঁৰ আত্মাই ত্যাগ কৰিলে

অৰ্থাত, "ঈশ্বৰলৈ তেওঁৰ আত্মা ত্যাগ কৰিলে।" বা "ঈশ্বৰক নিজৰ আত্মা শোধাই দিলে আৰু মৰিল।"

ডাঙৰ পৰ্দা

ই মন্দিৰত লগোৱা এক ডাঙৰ শক্তিশালী কাপোৰ আছিল। এটা কোঠালিৰ পৰা আন এটা কোঠালিক পৃথক কৰিবলৈ লগোৱা এটা দেৱালৰ দৰে পৰ্দা। ইয়াৰ অনুবাদ এই ৰুপতো কৰিব পাৰি, "মোটা পৰ্দা" বা "ওলমাই থোৱা পৰ্দা" বা "আঁৰ কাপোৰ"।

শব্দৰ অনুবাদ