as_obs-tn/content/40/02.md

1.2 KiB

লাওখোলা

যিৰুচালেমৰ ওচৰত বগা টিং থকা, শিলাময় এটা পাহাৰ যাৰ আকৃতি লাওখোলাৰ দৰে আছিল।

তেওঁলোকক ক্ষমা কৰক,"কিয়নো তেওঁলোকে কি কৰিছে তেওঁলোকে নাজানে।"

অৰ্থাত, "তেওঁলোক কি কৰিছে তেওঁলোকে তাৰ অৰ্থ নাজানে, সেয়ে অনুগ্ৰহ কৰি তেওঁলোকক ক্ষমা কৰক।" সৈনিকসকলে ভাবিছিল যীচু এজন অপৰাধী আছিল সেয়ে তেওঁ মৃত্যু হোৱাৰ যোগ্য আছিল। তেওঁ যে ঈশ্বৰৰ পুত্র তেওঁলোকে জনা নাছিল।

শব্দৰ অনুবাদ