as_obs-tn/content/39/12.md

2.3 KiB

বিশৃঙ্খলতা

অৰ্থাত, "তেওঁলোকৰ খংত হিংসাত্মক কাৰ্য কৰিবলে আৰম্ভ কৰিলে।"

তেওঁ সন্মত হল

পিলাত যীচুক মাৰিব বিচৰা নাছিল কাৰণ তেওঁ বিশ্বাস কৰিছিল যে যীচু নিৰ্দোষী হয়, কিন্তু লোকসকলৰ সমদলৰ ভয়ত যীচুক ক্ৰূচত দিবলৈ নিজৰ সৈনিকসকলক কবলৈ বাধ্য হৈছিল।

এটা ৰাজকীয় বস্ত্র

অৰ্থাত, "ৰজাৰ বস্ত্ৰৰ দৰে কাপোৰ" এই কাপোৰত এক উজ্জল ৰং আছিল, সেয়ে ই ৰজাই পৰিধান কৰা বস্ত্ৰৰ দৰে দেখিছিল।

কাঁইটেৰে বনোৱা কিৰিটি।

ইয়াৰ অৰ্থ হৈছে কাঁইটীয়া শাখাৰে গোল আকাৰত মুকুটৰ দৰে বনাইছিল। মুকুট হৈছে ৰজা পৰিধান কৰা এটা অলঙ্কাৰ যি তেওঁৰ ক্ষমতাক প্ৰদৰ্শন কৰে। কিন্তু যীচুক পিন্ধোৱা সেই মুকুট চোকা আৰু মাৰাত্মক আছিল।

চাওক

অৰ্থাত, "চোৱা" বা "ইয়াত আছে"

যিহুদীসকলৰ ৰজা

সৈনিকসকলে যীচুক নিন্দা কৰি কৈছিল, ইয়াৰ অনুবাদ এইদৰে কিৰিব পাৰি "যিহুদীসকলৰ তথাকথিত ৰজা।"

বাইবেলৰ এটা কাহিনীৰ পৰা

এই প্ৰসংগটো কিছুমান বাইবেলৰ অনুবাদত অলপ বেলেগ হব পাৰে।

শব্দৰ অনুবাদ