as_obs-tn/content/39/11.md

805 B

মই এই মানুহজনত কোনো অপৰাধ পোৱা নাই।

অৰ্থাত, "মই এই মানুহজনত দোষ বিচাৰি পোৱা নাই" বা "মই এই মানুহজনক সুধ বিচাৰ কৰিলো, আৰু মই এই মানুহজনক বিচাৰ কৰি চালো যে তেওঁ একো ভুল কৰা নাই।"

তেওঁ দোষী নহয়

অৰ্থাত, "তেওঁ একো ভুল কৰা নাই!"

শব্দৰ অনুবাদ