as_obs-tn/content/39/10.md

1.5 KiB

আপুনি এইদৰে কৈছিলে

অৰ্থাত, "আপুনি সত্যই কৈছে নে"

মোৰ ৰাজ্য পাৰ্থিৱ ৰাজ্য নহয়

অৰ্থাত, "মোৰ ৰাজ্য পাৰ্থিৱ ৰাজ্যবোৰৰ দৰে নহয়।"

মোৰ দাসসকলে মোৰ কাৰণে যুজিঁব

অৰ্থাত, "মোৰ শিষ্যসকলে মোৰ সুৰক্ষা দিবলৈ যুজিঁব" যাতে মই মোৰ ৰাজ্য স্থাপন কৰিব পাৰো।

মোৰ কথা শুনা

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "মোৰ শিক্ষা শুনা আৰু পালন কৰা।" ইয়াত কেৱল যীচুৰ বাক্য শুনাৰ কথা কৈছে এনে নহয়, কিন্তু তেওঁ কোৱা কথা পালন কৰিবলৈ কৈছে।

সত্যতা কি

অৰ্থাত, "কোনোৱে জানে নে সত্য কি?"

শব্দৰ অনুবাদ