as_obs-tn/content/39/05.md

1010 B

তেওঁলোকে যীচুৰ চকুত কাপোৰ বান্ধি দিলে

অৰ্থাত, "তেওঁলোকে যীচুৰ চকু ঢাকি দিলে যাতে যীচুৱে দেখা নাপায়।"

তেওঁৰ ওপৰত থু পেলালে

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "তেওঁক অপমান কৰিবলৈ তেওঁৰ ওপৰত থুই পেলালে" বা " তেওঁক অকৰ্মণ্য দেখুৱাবলৈ তেওঁৰ ওপৰত থু পেলাইছিল" বা "ই কোনো ব্যক্তিক অপমান কৰাৰ এটা দিশ।"

শব্দৰ অনুবাদ