as_obs-tn/content/39/01.md

743 B

ৰাতিৰ মাজ ভাগ

এই অভিব্যক্তিৰ অৰ্থ হ'ল, "ৰাতিৰ আধা ভাগ" বা "ৰাতি বেছি ভাগ সময় পাৰ হোৱা।"

তেওঁক প্ৰশ্ন কৰিবলৈ

অৰ্থাত, "যীচুক প্ৰশ্ন কৰি যীচুৰ পৰা এনেকুৱা কিবা এটা পোৱাৰ চেষ্টা কৰিছে যাৰ দ্বাৰা যীচু বেয়া কাম কৰাৰ অৰোপ লগাব পাৰে।

শব্দৰ অনুবাদ