as_obs-tn/content/38/14.md

1.4 KiB

বাহিৰলৈ আহিছিল

কিছুমান ভাষাত এই দৰে কোৱা হব পাৰে, "গুচি গ'ল"

অভিনন্দন

ইয়াৰ অনুবাদ এই ৰুপতো কৰিব পাৰি, "হেৰি" বা "শান্তি" বা "শুভ সন্ধ্যা"

চিহ্ন

অৰ্থাত, "সংকেত"

তুমি মোক চুমা খোৱাৰ লগত প্ৰতাৰণা কৰিছা নেকি?

অৰ্থাত, "তুমি মোক চুম্বনৰ দ্বাৰা প্ৰতাৰণা কৰিবলে গৈছা নেকি?" যীচুৱে এই প্ৰশ্নৰ উত্তৰ বিচৰা নাই। কিছুমান ভাষাত ইয়াক এক ব্যক্তব্যৰ ৰুপত অনুবাদ কৰিব, যেনে, "তুমি মোক চুম্বন কৰি প্ৰতাৰণ কৰি আছা" বা "তুমি মোক চুম্বন কৰি নিজৰ বিশ্বাসঘাতকতা পূৰ্ণ কৰিছা।"

শব্দৰ অনুবাদ