as_obs-tn/content/38/09.md

1.6 KiB

আপোনাক ত্যাগ কৰিলে

আপুনি কেনেকৈ অনুবাদ কৰিছে চাওক ৩৮:০৮

আপোনালোকৰ সকলোৰে আছে

অৰ্থাত, "আপোনাক সম্পুৰ্ণ ৰুপে নিয়ন্ত্ৰিত কৰিবলৈ" বা "আপুনি তেওঁক সম্পুৰ্ণ ৰুপে সেৱা কৰিবলৈ।" "আপোনালোক" শব্দটো এই বাক্যাংশত বহুবচন শব্দ। "আপুনি" আৰু "আপোনাৰ" শব্দবোৰ একবচন।

আপুনাৰ বিশ্বাস যাতে বিফল নহয়

অৰ্থাত, "তুমি মোৰ ওপৰত বিশ্বাস কৰিবলৈ যাতে বন্ধ নকৰা।"

কুকুৰা ডাক দিয়াৰ আগতে

সাধাৰণতে কুকুৰাই নতুন দিনৰ প্ৰথম পোহৰত ডাক দিয়ে। যদি সেইটো স্পষ্ট নহয়, তেনেহলে ই সহায়ক হব পাৰে, "কালি ৰাতিপুৱা কুকুৰা ডাক দিয়াৰ আগত" বা "কালি ৰাতিপুৱা কুকুৰা মতাৰ আগত"।

শব্দৰ অনুবাদ