as_obs-tn/content/38/07.md

748 B

চয়তান তাৰ ভিতৰত প্ৰবেশ কৰিলে।

অৰ্থাত, "চয়তান তেওঁৰ ভিতৰত গ'ল" বা "চয়তানে তেওঁৰ নিয়ন্ত্ৰিত কৰিলে"

যিহুদা এৰিলে আৰু গুচি গ'ল

কিছুমান ভাষাত হয়তু কোৱা হব পাৰে, "যিহুদা আহাৰ এৰি গুচি গ'ল" বা "যিহুদা কোঠাৰ বাহিৰত উলাই বাহিৰলৈ গুচি গ'ল"

শব্দৰ অনুবাদ