as_obs-tn/content/38/04.md

1.4 KiB

উৎযাপন কৰিছিল

অৰ্থাত, "উৎযাপন কৰি আছিল।"

কেইটামান পিঠা ললে

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "পিঠা এটা ললে"  বা "পিঠাৰ এটা উঠালে।"

ভাঙিলে

কিছুমান ভাষাক ইয়াক কোৱা উচিত, "ইয়াক টুকুৰাত ভাঙা" বা "ইয়াক আধা টুকুৰা কৰা" বা "ইয়াৰ কিছুমান অংশ টুকুৰা কৰ"

তোমালোকৰ কাৰণে দিলে

ইয়াৰ অনুবাদ এই ৰূপতো কৰিব পাৰি, "যি মই তোমালোকৰ কাৰণে দিলো।"

মোক সোঁৱৰণ কৰিবলৈ এই দৰে কৰা

অৰ্থাত, "মই তোমালোকৰ কাৰণে যি কৰিলো সোঁৱৰণ কৰি এই দৰে কৰা।" যীচুৱে তেওঁৰ মৃত্যুক বুজাইছিল যি অতি শুনকালেই হব আছিল।

শব্দৰ অনুবাদ