as_obs-tn/content/37/11.md

1.2 KiB

ঈৰ্ষা

অৰ্থাত, "যীচুৰ শক্তি আৰু লোক প্ৰিয়তাত ঈৰ্ষা কৰিছিল" বা "অনেক যিহুদিসকলে যীচুক বিশ্বাস কৰাৰ কাৰণে ঈৰ্ষা হৈছিল।"

একেলগত গোট খোৱা

অৰ্থাত, "একে লগত লগহোৱা" বা "একে লগত সংযোগ হৈছিল" ই এক সাধাৰণ বৈঠক নাছিল, ই এক নিৰ্দিষ্ট উদ্দেশ্যৰ যীচুক কেনেকৈ হত্যা কৰিব পাৰি তাৰ আলোচনা কৰিবলৈ বহা বৈঠক আছিল।

বাইবেলৰ এটা কাহিনীৰ পৰা

এই প্ৰসংগটো কিছুমান বাইবেল অনুবাদত অলপ বেলেগ হব পাৰে।

শব্দৰ অনুবাদ