as_obs-tn/content/37/10.md

955 B

লাজাৰ উলাই আহাঁ

কিছুমান ভাষাত এইটো কোৱা উচিত হব পাৰে, "লাজাৰ কবৰৰ পৰা উলাই আঁহা"

কবৰৰ কাপোৰ

অৰ্থাত, "সমাধি বস্ত্ৰ" ইয়াৰ অনুবাদ "সমাধিত মেৰিয়াই দিয়া কাপোৰ" ৰুপতো কৰিব পাৰি।

এই আচৰিত কৰ্মৰ কাৰণে

অৰ্থাত, "কিয়নো ঈশ্বৰে এই আচৰিত কৰ্ম কৰিছিল" বা "কিয়নো যীচুৱে লাজাৰক পুনৰ জীৱিত কৰিলে"

শব্দৰ অনুবাদ