as_obs-tn/content/37/08.md

1.0 KiB

মই তোমাক কোৱা নাছিলো নেকি?

অৰ্থাত, "মনত ৰাখিবা মই তোমাক কৈছিলো।" যীচুৱে এই প্ৰশ্নৰ উত্তৰ পাবলৈ সুধা নাই, সেইকাৰণে কিছুমান ভাষাত ইয়াক এক আদেশ ৰুপে অনুবাদ কৰিব পাৰি।

চোৱা ঈশ্বৰৰ মহিমা

অৰ্থাত, "ঈশ্বৰৰ মহিমাক চোৱা" বা "চোৱা ঈশ্বৰক কিমান মহান।"

ডাঙৰ শিলটোক গুচাই দিলে

কিছুমান ভাষাত কব লাগে যে, "কবৰৰ দুৱাৰ মুখৰ পৰা শিলটোক আঁতৰাই দিয়া হৈছিল।"

শব্দৰ অনুবাদ