as_obs-tn/content/37/04.md

1.2 KiB

মাৰ্থা

মাৰ্থা আৰু মৰিয়ম লাজাৰৰ ভনী আছিল। চাওক ৩৭:০১।

যীচুক লগ কৰিবলৈ বাহিৰলৈ গল।

অৰ্থাত, "তেওঁ যীচুক লগ কৰিবলৈ গৈছিল কাৰণ তেওঁ চহৰলৈ আহি আছিল।"

মোৰ ভায় নমৰিলে হেতেন

অৰ্থাত, "আপুনি মোৰ ভাইক সুস্থ কৰিলে তেওঁ নমৰিলে হেতেন" বা "আপুনি মোৰ ভাইক মৃত্যুৰ পৰা বচাব কৰিলে হেতেন"

আপুনি তাক যি বিচাৰিব সেইটোৱে তেওঁ দিব।

অৰ্থাত, "আপুনি তেওঁক যি কৰিবলৈ কব তেওঁ তাকে কৰিব।"

শব্দৰ অনুবাদ