as_obs-tn/content/37/02.md

1017 B

যূদিয়া

ই ইস্ৰায়েলৰ দক্ষিণ ভাগক সন্দৰ্ভিত কৰিছে, যি যিহুদাৰ জাতিৰ দ্বাৰা হৈছিল। কিছুমান ভাষাত কব পাৰি "যূদিয়াৰ অঞ্চল"

শুই গৈছিল, আৰু মই তেওঁক জগোৱা উচিত।

আপোনাৰ ভাষাত সাধাৰণ শব্দ "শুৱা" আৰু "জাগি থকা" সৈতে অনুবাদ কৰক। যদিও যীচুৱে এই শব্দ আন এক অৰ্থৰ বাবে ব্যৱহাৰ কৰিছিল, কিন্তু শিষ্যসকলে সেই কথা বুজি পোৱা নাছিল।

শব্দৰ অনুবাদ