as_obs-tn/content/37/01.md

2.2 KiB

এদিন

এই শব্দই অতীতত হোৱা ঘটনা কিছুমানক কৈছে, কিন্তু নিৰ্দিষ্ট সময়ৰ উল্লেখ কৰা নাই। কিছুমান ভাষাত এক সত্য কাহিনীক কবলৈ একে পদ্ধতি আছে।

মৰিয়ম

যীচুৰ মাকৰ নাম মৰিয়ম আছিল, কিন্তু এওঁ এজনী বেলেগ মহিলা আছিল।

এই ৰুগ মৃত্যুলৈকে শেষ নহয়।

ইয়াৰ অনুবাদ এই প্ৰকাৰেও কৰিব পাৰি, "মৃত্যু নোহোৱালৈকে এই ৰুগৰ অন্তিম পৰিণাম নহয়।" বা "লাজাৰ বেমাৰ আছে, কিন্তু মৃত্যু এই ৰুগৰ অন্তিম পৰিণাম নহয়। যীচুৰ শিষ্যসকল হয়তু ভাবিছিল যে ইয়াৰ অৰ্থ লাজাৰ নমৰিব। কিন্তু যীচুৱে জানিছিল যদি লাজাৰ বেমাৰ মৰিও যায়, তেওঁ পুনৰ জীবিত হব।

এইটো ঈশ্বৰৰ মহিমাৰ কাৰণে।

অৰ্থাত, "ইয়াৰ দ্বাৰা ঈশ্বৰৰ স্তুতি কৰিব যে তেওঁ কিমান মহান।"

কিন্তু তেওঁ অপেক্ষা কৰিছিল যে তেওঁ দুইদিন ধৰি কত আছিল।

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "কিন্তু তেওঁ দুইদিনৰ কাৰণে কত থাকিল, যদিও তেওঁলোক ইচ্ছা কৰিছিল যে তেওঁ গৈ লাজাৰক সুস্থ কৰিব।

শব্দৰ অনুবাদ