as_obs-tn/content/36/05.md

1.2 KiB

মেঘৰ পৰা এটা শব্দই মাত লগালে

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "মেঘৰ পৰা এটা শব্দ আহিল" বা "ঈশ্বৰে মেঘৰ পৰা মাত লগাই কলে।"

তেওঁৰ কথা শুনা

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "তেওঁ সেইজন যাৰ কথা আপুনি শুনা উচিত।"

আতঙ্কগ্ৰস্ত

অৰ্থাত, "বহুত ভয় কৰিছিল।"

মাটিত পৰিলে

অৰ্থাত, "তৎক্ষনাত মাটিত পৰিল" বা "তৎক্ষনাত মাটিত নামিল" সুনিশ্চিত কৰক যে "পৰিল" শব্দৰ অনুবাদ দুৰ্ঘটনাৰ দৰে নহয় যেন। তেওঁলোক হয়তু জানি বুজি ভয়তে এইদৰে কৰিলে।

শব্দৰ অনুবাদ