as_obs-tn/content/36/04.md

992 B

আশ্ৰয়

ইয়াৰ অনুবাদ এইদৰে কৰিব পাৰি "দুৰ্বল আশ্ৰয় স্থান" বা "বাগিচাৰ জোপোৰি ঘৰ" বা "তম্বু"। ই সৰু, ব্যক্তিগত, আৰু অস্থায়ী আশ্ৰয়ক বুজাইছে, বাৰ্ষিক যিহুদী বন্ধত গছৰ ডালত বনোৱাৰ দৰে হয়।

জনা নাজানো তেওঁ কি কৈ আছিলে?

অৰ্থাত, "কি হৈছে নোবুজাকৈ কৈছিল" বা "ভালকৈ নভবাকৈ কৈছিল কাৰণ তেওঁ বহুত উৎসাহিত আছিল"

শব্দৰ অনুবাদ