as_obs-tn/content/36/01.md

1.1 KiB

এদিন

এই বাক্যাংশ অতীতত হোৱা ঘটনাক কৈছে, কিন্তু নিৰ্দিষ্ট সময় উল্লেখ কৰা নাই। বহুতো ভাষাত এক সত্য কাহিনী ব্যাখ্যাৰ কৰিবলৈ একে পদ্ধতি আছে।

যাকোব

বাইবেলত যাকোব পুস্তকৰ লিখক নহয় এওঁ আন এজন যাকোব হয়। ইয়াক স্পষ্ট কৰিবৰ বাবে, কিছুমান ভাষাক হয়তু দুটা বেলেগ নাম ব্যৱহাৰ কৰিবৰ প্ৰয়োজন বা তেওঁলোকৰ নামৰ বানান সামান্য বেলেগ কৰাৰ প্ৰয়োজন হব পাৰে।

শব্দৰ অনুবাদ