as_obs-tn/content/35/13.md

1.4 KiB

যীচুৱে কাহিনী কোৱা অব্যাহত ৰাখিলে

এইটো আমাৰ কাৰণে ভাল।

অৰ্থাত, "এইটো আমি কৰাৰ কাৰণে ভাল কাম" বা "আমাৰ কাৰণে উপযুক্ত।"

তোমাৰ ভায়

পিতৃয়ে "তোমাৰ ভাই" বুলি ডাঙৰ পুত্ৰক তেওঁলোকৰ সম্পৰ্ক আৰু তেওঁ নিজৰ সৰু ভাইক কেনেকৈ প্ৰেম কৰা উচিত সোঁৱৰণ কৰাই দিছে।

মৰি গৈছিল, কিন্তু এতিয়া জীৱিত হ'ল

চাওক আপুনি ইয়াত কেনেকৈ অনুবাদ কৰিছে। ৩৫:0৯.

তেওঁ হেৰাই গৈছিল, কিন্তু এতিয়া তেওঁক পোৱা হল।

চাওক আপুনি ইয়াত কেনেকৈ অনুবাদ কৰিছে ৩৫:০৯

বাইবেলৰ কাহিনীৰ পৰা

এই প্ৰসংগটো কিছুমান বাইবেল অনুবাদত অলপ বেলেগ হব পাৰে।

শব্দৰ অনুবাদ