as_obs-tn/content/35/12.md

1.9 KiB

যীচুৱে কাহিনী কোৱা অব্যাহত ৰাখিলে

এটা সৰু ছাগলী

উত্তম দামোৰাতকৈ এটা সৰু ছাগলী কম সংখ্যক লোকক খোৱাব পাৰি, আৰু বেছি দামৰো নহয়। ডাঙৰ ককাইৰ অভিযোগ আছিল যে তেওঁৰ পিতৃয়ে তেওঁতকৈ তেওঁৰ সৰু পাপী পুত্ৰক ভাল ব্যৱহাৰ কৰিছে।

তোমাৰ এইজন পুত্ৰ

এই অভিব্যক্তি ডাঙৰ পুত্ৰৰ ক্ৰোধৰ পৰিমান প্ৰকাশ কৰিছিল। ই তেওঁৰ সৰু ভায়েকক অস্বীকাৰ কৰা আৰু জিদ্দি পুত্ৰক পিতৃয়ে স্বাগত কৰাক স্বীকৃতি নিদিয়া দৰ্শাইছে। আন ভাষাবোৰত ইয়াক বুজাবলৈ হয়তু ইয়াৰ অপ্ৰতক্ষ্য পদ্ধতি হব পাৰে।

তোমাৰ টকা পইচা খৰচ কৰিলা।

অৰ্থাত, "আপুনি দিয়া ধন অপব্যয় কৰিলে।" বা "আপোনাৰ ধন খাই পেলালে।" যদি সম্ভৱ হয়, তেনেহলে এক অভিব্যক্তিৰ উপয়োগ কৰক যি ভাইৰ ক্ৰোধক দৰ্শায় ।

উত্তম দমৰা মাৰিলে।

অৰ্থাত, "ভোজত খাবলৈ ভাল দমৰা এটা মাৰিলে।"

শব্দৰ অনুবাদ