as_obs-tn/content/35/09.md

1.9 KiB

যীচুৱে কাহিনী কোৱা অব্যাহত ৰাখিলে

সকলোতকৈ ভাল দমৰা পোৱালী

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "সকলোতকৈ শকত দামোৰা।" বা এনে দামোৰা পোৱালী প্ৰায়ে ৰন্ধা হৈছিল যাতে খাবলৈ সুস্বাদ হয়।

মোৰ পুত্ৰ মৰিছিল, কিন্তু তেওঁ এতিয়া জীৱিত হ'ল!

অৰ্থাত, "মোৰ পুত্ৰ মৰিছিল আৰু পুনৰ জীৱিত হোৱাৰ দৰে!" বা "মোৰ পুত্ৰৰ মৃত্যু হোৱাত মই দুখিত আছিলো, কিন্তু মই এতিয়া আনন্দিত কাৰণ তেওঁ পুনৰ জীৱিত হোৱাৰ দৰে ঘুৰি আহিলে।" তেওঁৰ পুত্ৰ উভটি অহাৰ বাবে তেওঁৰ আনন্দ প্ৰকাশ কৰিবলৈ পিতৃয়ে এই অভিব্যক্তি ব্যৱহাৰ কৰিছে।

তেওঁ হেৰাইছিল, কিন্তু তেওঁক আকৌ পোৱা হল।

অৰ্থাত, "মই তেওঁক হেৰাইছিলো কিন্তু তেওঁক বিচাৰি পোৱাৰ দৰে।" পিতৃয়ে নিজৰ সন্তান পুনৰ বাৰ ঘৰত অহাৰ বাবে তেওঁৰ আনন্দ প্ৰকাশ কৰিবলৈ পিতৃয়ে এই অভিব্যক্তি ব্যৱহাৰ কৰিছে।

শব্দৰ অনুবাদ