as_obs-tn/content/35/07.md

979 B

যীচুৱে কাহিনী কোৱা অব্যাহত ৰাখিলে

এতিয়াও দূৰ আছে

ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "নিজৰ পিতৃ ঘৰৰ দিশত চাই, এতিয়াও বহু দুৰ আছে।" পুত্ৰ নিজৰ পিতৃৰ ঘৰ ওচৰ চাপি আছিল কিন্তু এতিয়াও বহু দূৰ আছে। ঘৰৰ বেছি ভাগ লোকে তেওঁক দেখা নাছিল। সুনিশ্চিত কৰক এনে নুবুজাওক যেন তেওঁ এতিয়াও বেলেগ দেশত আছে।

কৰুণা অনুভৱ কৰিলে

অৰ্থাত, "গভীৰ প্ৰেম আৰু দয়া অনুভৱ কৰিলে।"

শব্দৰ অনুবাদ