as_obs-tn/content/35/06.md

712 B

যীচুৱে কাহিনী কবলৈ অব্যাহত ৰাখিলে

মই কি কৰি আছো?

অৰ্থাত, "কিয় মই এইদৰে জীয়াই আছো?" বা "মই এইদৰে থকা উচিত নহয়।" বা "মোক এইদৰে জীৱিত থকা একো অৰ্থ নাই।" পু্ত্ৰই বাস্তৱতে প্ৰশ্ন সুধা নাছিল, সেয়ে কিছুমান ভাষাত ইয়াক এক মতপ্ৰকাশ ৰূপত অনুবাদ কৰিব পাৰি।

শব্দৰ অনুবাদ