as_obs-tn/content/35/05.md

1.6 KiB

যীচুৱে কাহিনী কোৱা অব্যাহত ৰাখিলে

ভয়ংকৰ অকাল ঘটিল

অৰ্থাত, "তাত আহাৰৰ অভাৱ হৈছিল" কিছুমান ভাষাত ইয়াৰ অনুবাদ এই প্ৰকাৰে কৰিব পাৰি, "ভয়ংকৰ অকাল ঘটিছিল"

আহাৰ কিনিবলৈ টকা নাছিল

অকালৰ কাৰণে, আহাৰৰ বহুত দাম হৈছিল, আৰু তেওঁৰ ইতিমধ্যে সকলো টকা খৰচ কৰিছিল।

চাকৰি

এইটো কাম কৰাৰ কথা বুজাইছে যি কাম তেওঁ টকাৰ সলনি কৰিছিল। যদি এইটো স্পষ্ট নহয়, তেনেহলে এই বাক্য ইয়াৰ সৈতে আৰম্ভ কৰিব পাৰে, "সেয়ে টকা উপাৰ্জন কৰিবলৈ, তেওঁ চাকৰি কৰিলে।

গাহৰি চৰাইছিল

অৰ্থাত, "গাহৰিক দানা দিয়া।" সেই সময়ত সমাজত এই কাম সকলোতকৈ নিম্ন কাম হিচাপে বিবেচিত হৈছিল। যদি আপুনাৰ ভাষাত নিম্ন পৰ্যায় চাকৰিৰ কোনো নিৰ্দিষ্ট নাম আছে, তেনেহলে সেই শব্দৰ ব্যৱহাৰ কৰা।