as_obs-tn/content/35/04.md

702 B

যীচুৱে কাহিনী কোৱা অব্যাহত ৰাখিলে

তেওঁ টকা অপব্যয় কৰিলে।

অৰ্থাত,"বিনিময়ত একো নাপায় তেওঁৰ সকলো টকা খৰচ কৰিলে।" কিছুমান ভাষাত ইয়াৰ অনুবাদ এইদৰে কৰিব পাৰি, "তেওঁৰ টকা পেলালে।" বা "তেওঁৰ সকলো টকা খালে।"

পাপময় জীৱন যাপন

অৰ্থাত, "পাপময় কৰ্ম কৰা"

শব্দৰ অনুবাদ